Apply online for Admission @ Darul Huda Assam Centre

বিশ্ববিখ্যাত মুছলিম বিশ্ববিদ্যালয়

DARUL HUDA ISLAMIC UNIVERSITY,KERALA, ASSAM CENTRE

নামভৰ্তি চলি আছে

দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটি অসম কেন্দ্ৰ মুছলিম উম্মাহৰ দ্বীনি আৰু দুনিয়াবী শিক্ষাৰ এটি মহান অনুষ্ঠান ।এই শিক্ষানুষ্ঠানৰ অধীনত ২০২০-২০২১শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ প্ৰ-পত্ৰ সমূহ অনুষ্ঠান খনৰ ৱেবচাইটত উপলব্ধ কৰা হৈছে ।

ইচ্ছুক ছাত্ৰসকলে নামভৰ্তিৰ কাৰণে অহা মাৰ্চ মাহৰ ১ তাৰিখৰ পৰা অনুষ্ঠান খনৰ ৱেবচাইট (www.dhac.inWww.dhiu.in

 জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।

অনলাইন আবেদনৰ অন্তিম তাৰিখ: ১০/০৫/২০২০

সুবিধাসমূহ:

* আন্তর্জাতিক বিশ্ববিদ্যালয়সমূহৰ পৰা স্বীকৃতিপ্ৰাপ্ত ইছলামিক বিষয়ত  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পাৰিব।

*সাধাৰণ বিষয়ত স্নাতক ( কলা বিষয়ৰ ওপৰত) ডিগ্ৰী লাভ কৰিব পাৰিব।

* উচ্চ মাধ্যমিক শাখাত অধ্যয়নৰ বিষয়সমূহ হল- আৰবী,উৰ্দু, ইংৰাজী, অসমীয়া, হিন্দী, ফাৰ্চী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান ।

* কম্পিউটাৰ শিক্ষা, প্ৰযুক্তিবিদ্যা,স্মাৰ্টৰুম,বিজ্ঞানাগাৰ,উন্নত মানৰ পুথিভঁৰাল আদি উপলব্ধ ।

বিনামূলীয়া থকা- খোৱাৰ সুব্যৱস্থা থাকিব ।

ঠিকনা: বাইসা,ডাকঘৰ: ভোগদিয়া,থানা: সৰ্থেবাৰী,জিলা: বৰপেটা, অসম, ডাক-সূচাংক:৭৮১৩০৫

For more information, please click here and join us on Whatsapp;

https://chat.whatsapp.com/J9f9TXMQdax6whsIV22cjc

 

Click here to apply for Admission @ Darulhuda Assam Centre